14
Jun
কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত বাঘজানক নতুনকৈ গঢ়াৰ বহুতো আঁচনিৰ ঘোষণা মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ। ↗️বাঘজানত বান খহনীয়া প্ৰতিৰোধৰ বাবে ২৭ কোটি টকাৰ ঘোষণা।↗️বাঘজানত হ'ব মডেল হস্পিটেল আৰু পশু চিকিৎসাল।↗️বাঘজানত স্থাপন হ'ব উচ্চতৰ মাধ্যমিক বিদ্যালয়।↗️বাট-পথৰ উন্নয়নৰ বাবেও বিশেষ আঁচনি।↗️মাগুৰি বিল পৰিষ্কাৰ কৰাৰ দায়িত্ব লব অইল ইণ্ডিয়াই↗️মাগুৰি বিলক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়া হ'ব।↗️যুৱ উন্নয়নৰ বাবে স্থাপন কৰা হ'ব দক্ষতা বিকাশ কেন্দ্ৰ।↗️গঠন কৰা হ'ব মহিলাৰ বিশেষ আত্ম সহায়ক গোট।
